Skip to content

About Geetika Handloom

Assamese handloom, made and selected with care.

গীতিকা হেণ্ডলুমে হাতেৰে বোৱা অসমীয়া সাজ-পাৰ আৰু ৰেচমৰ কাপোৰ প্ৰস্তুত তথা বিক্ৰী কৰে। আমাৰ সংগ্ৰহত আছে মুগা, পাট, এৰী, তচ, কপাহী আৰু মিশ্ৰিত সূতাৰে বোৱা মেখেলা চাদৰ, ৰিহা, গামোচা, ষ্টোল আৰু থান কাপোৰ।

Geetika Handloom workshop for Assamese handloom attire in North Lakhimpur Assam

Assamese textile heritage

We begin with the weave.

Geetika Handloom celebrates the everyday beauty of Assamese dress, the shine of muga, the smoothness of paat, the warmth of eri, and the comfort of cotton. Our focused catalogue ensures every piece has a clear purpose, from ceremonial mekhela chadors to practical gamosas.

মুগাৰ উজ্জ্বলতা, পাটৰ কোমলতা, এৰীৰ উম আৰু কপাহী কাপোৰৰ আৰাম— অসমীয়া সাজ-পাৰৰ এই চিনাকি সৌন্দৰ্য্যখিনি লৈয়েই গীতিকা হেণ্ডলুমৰ আৰম্ভণি। আমাৰ ইয়াত প্ৰতিখন কাপোৰৰে ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়; সেয়া লাগিলে বিয়া-সবাহ বা ভাল দিনত পিন্ধা মেখেলা-চাদৰেই হওক, বা সদায় ঘৰত ব্যৱহাৰ কৰা গামোচাখনেই হওক।

Geetika Handloom workshop for Assamese handloom attire in North Lakhimpur Assam

How we work

01

Hand woven first

We foreground woven texture, real yarn character, and fabric that can be worn, gifted, and cared for over time.

আমি কাপোৰৰ বোৱন, আচল সূতাৰ গুণ, আৰু বহুদিনলৈ সযতনে পিন্ধিব বা উপহাৰ দিব পৰা কাপোৰৰ ওপৰত বেছি গুৰুত্ব দিওঁ।

02

Retail and manufacture

Geetika Handloom offers ready pieces while also supporting made-to-order and wholesale inquiries for Assamese attire.

গীতিকা হেণ্ডলুমত আপুনি পিন্ধিবলৈ সাজু থকা কাপোৰ পোৱাৰ লগতে, অসমীয়া সাজ-পাৰৰ পাইকাৰী বিক্ৰী আৰু নিজৰ পছন্দমতে অৰ্ডাৰ দি বনোৱাৰ সুবিধাও পাব।

03

Made to last

We choose pieces with clear finishing, usable dimensions, and details that remain meaningful beyond one occasion.

আমি এনে কাপোৰ বাছনি কৰোঁ যাৰ ফিনিচিং ভাল, জোখ-মাখ সঠিক, আৰু যিবোৰ কেৱল এদিনৰ বাবে নহয়, বৰঞ্চ বহুদিনলৈকে ব্যৱহাৰ কৰিব পাৰি।

Close-up of hands working with Assamese textile materials

On materials

"এখন ভাল তাঁতৰ কাপোৰৰ আৰম্ভণি হয় আচল সূতা আৰু ধৈৰ্য্যৰ পৰা, যিখন পিন্ধিলে গাত শুৱাই পৰে।"

— Geetika Handloom

Muga and paat bring ceremonial shine, eri brings soft warmth, and cotton keeps daily pieces breathable. Toss and blended yarns add range for lighter festive dressing.

2022
Founded
10000+
Customers served
20+
Staff
3-21
Days lead time

Visit Geetika Handloom

Visit the store, or begin with a custom handloom inquiry.

Store address

Geetika Handloom1 No Bogori, Near Harmutty OverbridgeNorth Lakhimpur, Assam - 784160