Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

Updates

Studio notes, woven into posts.

Short updates from Geetika Handloom: new arrivals, care notes, collection stories, images, and portrait video posts.

A custom designed black toss jura for a Jorhat customer

A custom designed black toss jura for a Jorhat customer

Elegance woven with care! We are thrilled to showcase a custom-designed black Toss Jura, specially handcrafted for a wonderful customer in Jorhat. যোৰহাটৰ আমাৰ এগৰাকী সন্মানীয় গ্ৰাহকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই সুন্দৰ ক'লা টছৰ যোৰাটি।

Preparation of traditional Assamese Muga silk yarn for the handloom workshop

মুগা সূতা বাটি কৰাৰ আগৰ প্ৰস্তুতি

আমাৰ হালঘৰত মুগা সূতা বাটি কৰাৰ আগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰস্তুতি পৰ্ব। সূতাখিনি মিহি, শক্তিশালী আৰু বৈ উলিয়াব পৰাকৈ কেনেকৈ যতন লোৱা হয় তাৰে এক আভাস।

Women weaving traditional Assamese Mekhela Chadar on handlooms at Geetika Handloom

Order Progress Update

আপোনালোকৰ সকলো অৰ্ডাৰৰ বৰ্তমানৰ কাম আৰু অগ্ৰগতিৰ বুজ লৈ আছোঁ, আৰু সময়মতে যোগান ধৰিবলৈ অহোপুৰুষাৰ্থ কৰিছোঁ।

Beautiful handwoven Mishing Padmini Jura collections with traditional colorful motifs

Mishing Padmini Jura Collection

আমাৰ তাতশালত বোৱা অতি মৰমলগা আৰু আকৰ্ষণীয় মিচিং পদ্মিনী যোৰাৰ একচেটিয়া সংগ্ৰহ। আপোনাৰ প্ৰিয় যোৰাটো কিনিবলৈ স্ক্ৰীণশ্বট লৈ আমাৰ সৈতে যোগাযোগ কৰক।

Beautiful Assamese Toss Silk Jura featuring elegant blue woven motifs

নীলা বুটাৰ অপূৰ্ব টচৰ যোৰা

টচ চিল্কৰ ওপৰত গাঢ় নীলা সূতাৰ কাৰুকাৰ্যৰে তৈয়াৰী এই অনন্য যোৰাটি। আমাৰ শিপিনীৰ পাকৈত হাতৰ পৰশত ফুটি উঠিছে এক অপূৰ্ব ডিজাইন।