
“সদায়ৰ দৰে এইবাৰো কাপোৰবোৰ বহুত ধুনীয়া হ'ল। গীতিকাৰ কালেকশ্বন সদায় বেষ্ট!”Show more →
Jharna D.
Lakhimpur
Real stories from the Geetika community.

“সদায়ৰ দৰে এইবাৰো কাপোৰবোৰ বহুত ধুনীয়া হ'ল। গীতিকাৰ কালেকশ্বন সদায় বেষ্ট!”Show more →
Jharna D.
Lakhimpur

“গীতিকাৰ পৰা সদায় কাপোৰ লৈ থাকোঁ। ইয়াৰ কালেকশ্বন সঁচাকৈয়ে আটাইতকৈ ধুনীয়া!”Show more →
Richa D.
Lakhimpur

“মই বিচৰা ধৰণৰ ডিজাইনটোৱেই পালোঁ। Thank you geetika.”Show more →
Tillotamma M.
Lakhimpur

“গীতিকাত কাপোৰৰ কালেকশ্বন সঁচাকৈয়ে বহুত ধুনীয়া!”Show more →
Sakuntala Pawe
Lakhimpur

“বহুত দিনৰ পৰাই গীতিকাৰ পৰা কাপোৰ লৈ আছোঁ, গতিকে বিয়াৰ কাপোৰবোৰো ইয়াৰ পৰাই ল'লোঁ। কাপোৰৰ কোৱালিটি আৰু ব্যৱহাৰ দুয়োটাই বহুত ভাল। বহুত ধন্যবাদ!”Show more →
Mintu S.
lakhimpur

“গীতিকাৰ পৰা নীলা কাম থকা পিউৰ ক'লা টচৰ কাপোৰযোৰ অৰ্ডাৰ দি বোৱাইছিলোঁ, পিন্ধি বহুত ভাল লাগিল।”Show more →
Tobee B.
Lakhimpur

“গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিলোঁ, কাপোৰযোৰ বহুত ধুনীয়া লাগিল।”Show more →
Donmoy N.
Guwahati

“বাইদেউৰ বিয়াৰ বাবে ইয়াৰ পৰাই মুগা লৈছিলোঁ, গতিকে মোৰ বিয়াৰ বাবেও 'গীতিকা'ৰ পৰাই কাস্টম মুগা যোৰা অৰ্ডাৰ দিলোঁ। কাপোৰযোৰ বহুত ধুনীয়া হ'ল, বহুত ভাল লাগিল!”Show more →
Sunanda D.
Tezpur

“Ordered a custom Muga Jura for my special day, and I couldn't be happier with how it turned out! Truly satisfied with the quality and service.”Show more →
Neha D.
Tezpur

“ভনীৰ বিয়াত আমি আটাইকেইখনে একেই গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিছিলোঁ, যিবোৰ 'গীতিকা হেণ্ডলুম'ৰ পৰা লোৱা হৈছিল।”Show more →
Pori
Lakhimpur
Product type
Yarn type
Base colours
Collections
Featured handloom
It only takes a few seconds.মাত্ৰ কেইছেকেণ্ড সময় লাগিব।
Installing…ইনষ্টল হৈছে…
Install completedইনষ্টল সম্পূৰ্ণ হ'ল
Open Geetika from your home screen to use the installed app.ইনষ্টল কৰা এপ ব্যৱহাৰ কৰিবলৈ হোম স্ক্ৰীনৰ পৰা Geetika খোলক।