Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

Live handloom courses

Learn at your loom, guided live.

Join an instructor-led online session from your own weaving space. Choose a course, book a slot on WhatsApp, and receive the available dates and joining details.

লাইভ তাঁত বোৱাৰ পাঠ্যক্ৰম

ঘৰৰ পৰাই তাঁতশালতে লাইভ শিকক

নিজৰ ঘৰৰ পৰাই শিক্ষকৰ লগত লাইভ শিকিব পাৰিব। পাঠ্যক্ৰম বাছি WhatsAppত আসন বুক কৰক। খালী তাৰিখ আৰু ক্লাছত যোগ দিয়াৰ নিয়ম আমি জনাম।

Assamese handloom Ubhain Xaal ready for starting a profitable weaving business
Live online

₹4,999

Assamese Handloom Business Course: Weave and Earn (Ubhain Xaal)

নিজৰ তাঁতৰ ব্যৱসায় আৰম্ভ কৰাৰ সহজ পাঠ

Learn how to weave beautiful clothes on your Ubhain Xaal and start a successful home business to earn money from your handloom.

উভৈন শালত ধুনীয়া কাপোৰ বোৱা আৰু ঘৰৰ পৰাই সেইবোৰ বেচি কেনেকৈ ভাল লাভ কৰিব পাৰি, তাৰ একেবাৰে সহজ উপায়।

Toss silk threads beautifully arranged for Taat Bati on an Assamese handloom
Live online

₹4,999

Toss Silk Taat Bati (Warping) & Business Course

টছ সূতাৰ তাঁত বাটি কৰা আৰু ব্যৱসায়ৰ সহজ পাঠ

Learn the easiest way to prepare your Toss silk threads (Taat Bati) before weaving. Save your time, prevent tangles, and get your loom ready for a successful business.

তাঁতশালত বোৱাৰ আগতে টছ সূতাখিনিত আউল নালাগিবলৈ কেনেকৈ তাঁত বাটি কৰিব লাগে, তাৰ একেবাৰে সহজ নিয়ম শিকক।