
“বাইদেউৰ বিয়াৰ বাবে ইয়াৰ পৰাই মুগা লৈছিলোঁ, গতিকে মোৰ বিয়াৰ বাবেও 'গীতিকা'ৰ পৰাই কাস্টম মুগা যোৰা অৰ্ডাৰ দিলোঁ। কাপোৰযোৰ বহুত ধুনীয়া হ'ল, বহুত ভাল লাগিল!”Show more →
Sunanda D.
Tezpur
Custom handwoven
আপুনি নিজৰ পছন্দৰ মেখেলা চাদৰ ডিজাইন কৰাব বিচাৰে নেকি?
Be unique. Match your exact skin tone and fit. আমি আপোনাক সঠিক সূতা, ৰং, আৰু আধুনিক ডিজাইন নিৰ্বাচন কৰাত সহায় কৰিম।

Real stories from the Geetika community.

“বাইদেউৰ বিয়াৰ বাবে ইয়াৰ পৰাই মুগা লৈছিলোঁ, গতিকে মোৰ বিয়াৰ বাবেও 'গীতিকা'ৰ পৰাই কাস্টম মুগা যোৰা অৰ্ডাৰ দিলোঁ। কাপোৰযোৰ বহুত ধুনীয়া হ'ল, বহুত ভাল লাগিল!”Show more →
Sunanda D.
Tezpur

“গীতিকাৰ পৰা নীলা কাম থকা পিউৰ ক'লা টচৰ কাপোৰযোৰ অৰ্ডাৰ দি বোৱাইছিলোঁ, পিন্ধি বহুত ভাল লাগিল।”Show more →
Tobee B.
Lakhimpur

“গীতিকাৰ পৰা সদায় কাপোৰ লৈ থাকোঁ। ইয়াৰ কালেকশ্বন সঁচাকৈয়ে আটাইতকৈ ধুনীয়া!”Show more →
Richa D.
Lakhimpur

“গীতিকাত কাপোৰৰ কালেকশ্বন সঁচাকৈয়ে বহুত ধুনীয়া!”Show more →
Sakuntala Pawe
Lakhimpur

“বহুত দিনৰ পৰাই গীতিকাৰ পৰা কাপোৰ লৈ আছোঁ, গতিকে বিয়াৰ কাপোৰবোৰো ইয়াৰ পৰাই ল'লোঁ। কাপোৰৰ কোৱালিটি আৰু ব্যৱহাৰ দুয়োটাই বহুত ভাল। বহুত ধন্যবাদ!”Show more →
Mintu S.
lakhimpur

“Ordered a custom Muga Jura for my special day, and I couldn't be happier with how it turned out! Truly satisfied with the quality and service.”Show more →
Neha D.
Tezpur

“গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিলোঁ, কাপোৰযোৰ বহুত ধুনীয়া লাগিল।”Show more →
Donmoy N.
Guwahati

“ভনীৰ বিয়াত আমি আটাইকেইখনে একেই গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিছিলোঁ, যিবোৰ 'গীতিকা হেণ্ডলুম'ৰ পৰা লোৱা হৈছিল।”Show more →
Pori
Lakhimpur

“সদায়ৰ দৰে এইবাৰো কাপোৰবোৰ বহুত ধুনীয়া হ'ল। গীতিকাৰ কালেকশ্বন সদায় বেষ্ট!”Show more →
Jharna D.
Lakhimpur

“মই বিচৰা ধৰণৰ ডিজাইনটোৱেই পালোঁ। Thank you geetika.”Show more →
Tillotamma M.
Lakhimpur
Start
আপোনাৰ পছন্দ, ৰং, আৰু বাজেট আমাক জনাওক। (Send reference photo)
Design
আমি উন্নত বিকল্পৰ পৰামৰ্শ দিম আৰু ৰং, পাৰি, বুটা চূড়ান্ত কৰিম।
Jacquard
সম্পূৰ্ণ নতুন ডিজাইনৰ বাবে জেকাৰ্ড কাৰ্ড বনোৱা হ'ব (Extra charge applies).
Booking
অৰ্ডাৰ নিশ্চিত কৰিবলৈ ৩০% আগধন (Advance) প্ৰয়োজনীয়।
Delivery
সম্পূৰ্ণ হোৱাৰ পিছত ভিডিঅ’ দেখুৱাই বাকী ধন লৈ ডেলিভাৰী কৰা হ'ব।
Ready to begin?
Start with a message. We will help you choose what looks good and explain the next step clearly.
It only takes a few seconds.মাত্ৰ কেইছেকেণ্ড সময় লাগিব।
Installing…ইনষ্টল হৈছে…
Install completedইনষ্টল সম্পূৰ্ণ হ'ল
Open Geetika from your home screen to use the installed app.ইনষ্টল কৰা এপ ব্যৱহাৰ কৰিবলৈ হোম স্ক্ৰীনৰ পৰা Geetika খোলক।