Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

উভিন তাঁতশাল / Ubhin Taat Xaal

নিজৰ উৎপাদনৰ বাবে সাজু তাঁতশাল

নিজা উৎপাদন চলাই থকা উদ্যোগৰ পৰা, শুৱালকুছিৰ অভিজ্ঞ মিস্ত্ৰীয়ে উন্নত কাঠেৰে নিৰ্মাণ কৰা উভিন তাঁতশাল।

MRP

₹35,000

কৰ বাদে · ফিটিং আৰু পৰিবহণ অতিৰিক্ত

কিয় আমাৰ তাঁতশাল

উৎপাদনৰ অভিজ্ঞতাৰে নিৰ্মিত

চলি থকা হেণ্ডলুম উদ্যোগৰ পৰা

নিজা উৎপাদন চলাই থকা উদ্যোগৰ পৰা পোনপটীয়াকৈ লওক।

উন্নত মানৰ কাঠ

মজবুত আৰু স্থিৰ কামৰ বাবে বাছনি কৰা কাঠ।

শুৱালকুছিৰ মান অনুসৰি

শুৱালকুছিৰ অভিজ্ঞ মিস্ত্ৰীৰ দ্বাৰা নিৰ্মিত।

Taat Xaal parts in the Geetika Handloom production workshop
Handwoven fabric in production on a Taat Xaal

ছেটৰ লগত

কি কি অন্তৰ্ভুক্ত

  • Frame (ফ্ৰেম)
  • Xila / Dropodi (শিলা / ড্ৰপদী)
  • Bearing Jacquard machine
  • Maku (মাকো)
  • Nasoni (নাচনী)
  • Picker (পিকাৰ)
  • Muthi (মুঠি)
  • Putol (পুতল)

ছেটৰ লগত নাই

এইসমূহ অন্তৰ্ভুক্ত নহয়

  • Bor (বৰ)
  • Harness (হাৰ্নেছ)
  • Jotor (যঁতৰ)
  • Sereki (চেৰেকী)
  • তাঁতশাল চলাবলৈ প্ৰয়োজনীয় কোনো বাঁহ
  • পৰিবহণ
  • ফিটিং
Wooden Taat Xaal frames being prepared

বিনামূলীয়া DIY গাইড

ভিডিঅ’ চাই ঘৰতে ফ্ৰেম সাজু কৰক

ফ্ৰেমটো সহজে নিজে জোৰা লগাবলৈ আমি বিনামূলীয়া ভিডিঅ’ গাইড দিম। ফিটিঙৰ বাবে অতিৰিক্ত খৰচ নকৰাকৈ ঘৰতে সাজু কৰিব পাৰিব।

ব্যৱসায়িক প্ৰশিক্ষণ

নিজে সম্পূৰ্ণ উৎপাদন চলাবলৈ শিকক

আন মানুহৰ ওপৰত নিৰ্ভৰ নকৰাকৈ তাঁতশালৰ সম্পূৰ্ণ ব্যৱসায় আৰু উৎপাদন চলাবলৈ আমি প্ৰশিক্ষণ দিওঁ।

কেৱল পাঠ্যক্ৰম
₹10,000
তাঁতশালৰ সৈতে
₹5,000
Bati preparation work at Geetika Handloom

কম খৰচত আৰম্ভ কৰক

বাতি সেৱা

₹500 / দিন

এতিয়াই ড্ৰাম কিনিব নোখোজাসকলৰ বাবে এই সেৱা উপযোগী। বিশেষকৈ আমাৰ উদ্যোগৰ ওচৰত থাকিলে কম টকাৰে উৎপাদন আৰম্ভ কৰিব পাৰিব।

বিক্ৰীৰ পিছতো আমি আপোনাৰ লগত আছোঁ

পৰামৰ্শৰ বাবে বা কোনো সমস্যাৰ সন্মুখীন হ’লে যিকোনো সময়তে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।