মৌচুমী ডেকা, দৰং
একেবাৰে উকা আৰু ধুনীয়া
একেবাৰে উকা ক'লা যোৰ বিচাৰি আছিলোঁ। পিন্ধি বহুত আৰাম পাইছোঁ। গহনাৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগে।
Customer Reviews
Based on 5reviews
মৌচুমী ডেকা, দৰং
একেবাৰে উকা ক'লা যোৰ বিচাৰি আছিলোঁ। পিন্ধি বহুত আৰাম পাইছোঁ। গহনাৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগে।
Nabanita, Tezpur
I bought 3 sets of this black jura for reselling in my boutique. My customers absolutely loved the pure toss material and the elegant plain look. Will order more soon.
দীপা নাথ, গুৱাহাটী
অফাৰ চলি থকাৰ বাবে বহুত কম দামত পালোঁ। ইমান কম দামত আচল টছৰ যোৰ পাম বুলি ভবা নাছিলোঁ। মায়ে পিন্ধি বহুত ভাল পাইছে।
Sumi, Jorhat
Beautiful black jura. I was looking for something completely plain without any heavy work. Plus the free shipping was a very nice bonus! Arrived safely.
প্ৰিয়ংকা বৰগোহাঁই, ডিব্ৰুগড়
কাপোৰখন বহুত ভাল। আন অনলাইন দোকানতকৈ কাপোৰখন যথেষ্ট ডাঠ আৰু কোৱালিটিও বহুত ভাল পালোঁ। ফিনিচিং একেবাৰে চাফা।