
Mishing
Green Mising Mekhela Sador with Blouse Piece and Ghai Phul
ঘাই ফুল আৰু ব্লাউজ পিচসহ সেউজীয়া মিচিং মেখেলা চাদৰ
₹3,500
₹4,500
Only a few items left
Product details
সেউজীয়া মিচিং মেখেলা চাদৰ জোৰা। এই set-ত মেখেলা, চাদৰ আৰু blouse piece আছে। গাত বগা, হালধীয়া আৰু ৰঙা ৰঙৰ সৰু গুটি ফুল বুটা দেখা যায়। চাদৰৰ তলৰ আৰু আঁচলৰ অংশত মিচিং ঘাই ফুল আছে, য'ত সেউজীয়া base-ৰ ওপৰত বগা, হালধীয়া আৰু reddish-brown ৰঙৰ মিচিং ফুলৰ কাম দেখা যায়। চাদৰৰ কাষত মিচিং পাৰি আছে আৰু blouse হাতৰ শেষতো matching মিচিং পাৰি দিয়া আছে।
- Garmentপোছাক
- Mekhela Sador Juraমেখেলা চাদৰ যোৰ
- Materialসামগ্ৰী
- Mising Handloom Fabricমিচিং তাঁতত বোৱা কাপোৰ
- Weaveবোৱা পদ্ধতি
- Handloomতাঁতত বোৱা
- Componentsঅংশসমূহ
- Mekhela Sador with Blouse Pieceব্লাউজ পিচসহ মেখেলা চাদৰ
- Coloursৰং
- Base: Green
- Border: White
- Border: Maroon
- Border: Brown
- Motif: Yellow
- Motif: Red
- Sizeআকাৰ
- Free Size Set · Mekhela 120 × 94 cm · Sador 270 × 94 cm · Blouse piece 76 cm · Mekhela 120 × 94 cm · Sador 270 × 94 cm · Blouse piece 76 cmফ্ৰী ছাইজ ছেট · মেখেলা ১২০ × ৯৪ ছেমি · চাদৰ ২৭০ × ৯৪ ছেমি · ব্লাউজ পিচ ৭৬ ছেমি · মেখেলা ১২০ × ৯৪ ছেমি · চাদৰ ২৭০ × ৯৪ ছেমি · ব্লাউজ পিচ ৭৬ ছেমি
- Occasionউপলক্ষ
- Bihu, Festival, Wedding, Cultural Wearবিহু, উৎসৱ, বিয়া, সাংস্কৃতিক পৰিধান
- Originউৎপত্তিস্থল
- Assamঅসম
- Lead Timeপ্ৰস্তুতি সময়
- 5 Days৫ দিন
Product care
Padminiপদ্মিনী সূতা
Wash and handlingধোৱা আৰু ব্যৱহাৰ
- Dry clean only to preserve the fabric's finish, colours, and designs.কাপোৰৰ গুণমান, ৰং আৰু নক্সা অটুট ৰাখিবলৈ কেৱল ড্ৰাই ক্লিন কৰিব।
- Do not bleach or wring. Iron on the reverse side on low heat.ব্লিচ নকৰিব বা নেচেপিব। কাপোৰৰ ওলোটা ফালে কম তাপত ইস্ত্ৰী কৰিব।
Storage
- Store in a breathable cloth in a cool, dry place away from direct sunlight.বতাহ চলাচল কৰিব পৰা কাপোৰত মেৰিয়াই শীতল, শুকান আৰু প্ৰত্যক্ষ ৰ'দ নপৰা ঠাইত ৰাখিব।
Handloom note
Slight variations in colour, design, and weave are natural for handwoven Padmini fabrics and are not defects.হাতে বোৱা পদ্মিনী কাপোৰত ৰং, নক্সা আৰু বোৱনৰ সামান্য তাৰতম্য থকাটো একেবাৰে স্বাভাৱিক, এইবোৰ ত্ৰুটি নহয়।



