
Black Nooni Cotton Single Sador with Multi-Coloured Ghai Phul
বহুবৰ্ণী ঘাই ফুল থকা ক’লা নুনী কটন একক চাদৰ
₹1,300
₹1,500
Only a few items left
Product details
Handwoven with high-quality Nooni cotton, this elegant black single sador features an intricate traditional ghai phul (main motif) in vibrant green, white, and yellow at the aanchal. The body is decorated with small scattered multi-colored butas, and the drape is neatly finished with hand-knotted Dohi (fringes). Perfect for festive and traditional wear. ক’লা নুনী কটন সূতাৰে বোৱা এই চাদৰখনৰ আঁচলত সেউজীয়া, বগা আৰু হালধীয়া ৰঙৰ অতি সুন্দৰ পাৰম্পৰিক ঘাই ফুল বচা হৈছে। গোটেই গাত সৰু সৰু বুটা থকাৰ লগতে আঁচলৰ মূৰত সুন্দৰকৈ দহি (Dohi) গাঁথা হৈছে। যিকোনো উৎসৱ-পাৰ্বন বা ধৰ্মীয় অনুষ্ঠানত পিন্ধিবলৈ ই এক উত্তম সাজ।
- Garmentপোছাক
- Single Sadorঅকল চাদৰ
- Materialসামগ্ৰী
- Nooni Cottonনুনী কটন
- Weaveবোৱা পদ্ধতি
- Handloomতাঁতত বোৱা
- Componentsঅংশসমূহ
- Sadorচাদৰ
- Coloursৰং
- Base: Black
- Motif: Green
- Motif: White
- Motif: Yellow
- Occasionউপলক্ষ
- Festival, Puja, Traditionalউৎসৱ, পূজা, পৰম্পৰাগত
- Originউৎপত্তিস্থল
- Assamঅসম
- Motif detailsমটিফৰ বিৱৰণ
- Phulam Ghai PhulPhulam Ghai Phul
- Motif: Green
- Motif: White
- Motif: Yellow
- Motif: White
- Motif: Yellow
- Motif: Green
- Lead Timeপ্ৰস্তুতি সময়
- 2-3 Days২-৩ দিন
Product care
Nooni Cottonনুনী কটন
Wash and handlingধোৱা আৰু ব্যৱহাৰ
- Hand wash gently in cold water with a mild detergent.মৃদু চাবোন বা ডিটাৰজেন্টেৰে ঠাণ্ডা পানীত লাহেকৈ হাতেৰে ধুব।
- Wash separately. Do not bleach, soak, or wring.কাপোৰযোৰ আন কাপোৰৰ সৈতে নধুৱাই অকলে ধুব। ব্লিচ নকৰিব, তিয়াই নাৰাখিব বা নেচেপিব।
Storage
- Dry in the shade. Store completely dry in a well-ventilated, breathable place.ছাঁত শুকুৱাব আৰু সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত বতাহ চলাচল কৰিব পৰা ঠাইত ৰাখিব।
Handloom note
Nooni Cotton is woven with cotton yarn in the warp (digh) and Nooni yarn in the weft (bani). Minor variations in texture, colour, and weave are natural for handwoven fabrics and are not defects.নুনী কটন কাপোৰৰ দীঘত কপাহী সূতা আৰু বাণিত নুনী সূতা ব্যৱহাৰ কৰি বোৱা হয়। হাতে বোৱা কাপোৰত গাঁথনি, ৰং আৰু বোৱনৰ সামান্য তাৰতম্য থকাটো একেবাৰে স্বাভাৱিক, এইবোৰ ত্ৰুটি নহয়।



