
“আমাৰ Main set, Second set, মুগা যোৰ আৰু অন্যান্য উপহাৰৰ কাপোৰবোৰ আটাইবোৰেই আমি 'গীতিকা হেণ্ডলুম'ৰ পৰা লৈছিলোঁ।”Show more →
Dipak S.
Lakhimpur
₹15,000
₹16,000
Only a few items left
Real stories from the Geetika community.

“আমাৰ Main set, Second set, মুগা যোৰ আৰু অন্যান্য উপহাৰৰ কাপোৰবোৰ আটাইবোৰেই আমি 'গীতিকা হেণ্ডলুম'ৰ পৰা লৈছিলোঁ।”Show more →
Dipak S.
Lakhimpur

“গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিলোঁ, কাপোৰযোৰ বহুত ধুনীয়া লাগিল।”Show more →
Donmoy N.
Guwahati

“গীতিকাৰ পৰা সদায় কাপোৰ লৈ থাকোঁ। ইয়াৰ কালেকশ্বন সঁচাকৈয়ে আটাইতকৈ ধুনীয়া!”Show more →
Richa D.
Lakhimpur

“গীতিকাৰ পৰা নীলা কাম থকা পিউৰ ক'লা টচৰ কাপোৰযোৰ অৰ্ডাৰ দি বোৱাইছিলোঁ, পিন্ধি বহুত ভাল লাগিল।”Show more →
Tobee B.
Lakhimpur

“মই বিচৰা ধৰণৰ ডিজাইনটোৱেই পালোঁ। Thank you geetika.”Show more →
Tillotamma M.
Lakhimpur
সোণালী টছ মেখেলা চাদৰ জোৰা। এই set-ত মেখেলা, চাদৰ আৰু blouse piece আছে। গাৰ অংশত ৰঙা, নীলা, হালধীয়া, সেউজীয়া, ক'লা আৰু বেঙুনীয়া ৰঙৰ সৰু জোৰা বুটা / গুটি ফুল বুটা আছে। তলৰ অংশত ডাঙৰ মিচিং ঘাই ফুল আছে, য'ত ৰঙা, সেউজীয়া, হালধীয়া, নীলা, বগা, ক'লা আৰু বেঙুনীয়া ৰঙৰ মিচিং ফুলৰ কাম দেখা যায়। কাষ আৰু শেষ অংশত মিচিং পাৰি দিয়া আছে। চাদৰৰ মূৰত ৰঙা, হালধীয়া আৰু সেউজীয়া tassel আছে। golden toss jura, Mising ghai phul mekhela sador, Mising pari jura বা Assamese traditional mekhela sador set বিচৰা লোকৰ বাবে এইটো ভাল বিকল্প।
Show moreSlight colour variations and small weaving marks are normal for handwoven Tussar silk and are not defects.প্ৰাকৃতিক ৰঙৰ সামান্য তাৰতম্য আৰু বোৱনৰ সৰু-সুৰা দাগ হাতে বোৱা টছৰ ৰেচমৰ স্বাভাৱিক বৈশিষ্ট্য, এইবোৰ ত্ৰুটি নহয়।
It only takes a few seconds.মাত্ৰ কেইছেকেণ্ড সময় লাগিব।
Installing…ইনষ্টল হৈছে…
Install completedইনষ্টল সম্পূৰ্ণ হ'ল
Open Geetika from your home screen to use the installed app.ইনষ্টল কৰা এপ ব্যৱহাৰ কৰিবলৈ হোম স্ক্ৰীনৰ পৰা Geetika খোলক।