
“গীতিকাৰ পৰা নীলা কাম থকা পিউৰ ক'লা টচৰ কাপোৰযোৰ অৰ্ডাৰ দি বোৱাইছিলোঁ, পিন্ধি বহুত ভাল লাগিল।”Show more →
Tobee B.
Lakhimpur


₹9,500
₹11,500
Only a few items left
Real stories from the Geetika community.

“গীতিকাৰ পৰা নীলা কাম থকা পিউৰ ক'লা টচৰ কাপোৰযোৰ অৰ্ডাৰ দি বোৱাইছিলোঁ, পিন্ধি বহুত ভাল লাগিল।”Show more →
Tobee B.
Lakhimpur

“মই বিচৰা ধৰণৰ ডিজাইনটোৱেই পালোঁ। Thank you geetika.”Show more →
Tillotamma M.
Lakhimpur

“আমাৰ Main set, Second set, মুগা যোৰ আৰু অন্যান্য উপহাৰৰ কাপোৰবোৰ আটাইবোৰেই আমি 'গীতিকা হেণ্ডলুম'ৰ পৰা লৈছিলোঁ।”Show more →
Dipak S.
Lakhimpur

“কাপোৰযোৰ বহুত ধুনীয়া হৈছে। Exactly what I wanted!”Show more →
Stabdi K
Nolbari

“বহুত ধুনীয়া হৈছে”Show more →
Nivedita B.
Lakhimpur
ক'লা টছ মেখেলা চাদৰ জোৰা। এই set-ত মেখেলা, চাদৰ আৰু blouse piece আছে। গাত সোণালী গুণাৰ সৰু ফুল বুটা আছে। চাদৰৰ কাষত গুলপীয়া-সেউজীয়া ফুলাম পাৰি দেখা যায় আৰু তলৰ অংশত সোণালী গুণাৰ ঘাই ফুল আছে। মেখেলা আৰু blouse piece-তো মিল থকা গুণাৰ কাম আছে। border stitched কৰা আছে আৰু dohi bota ready-to-wear কৰা আছে, সেয়ে বিয়া, ceremony, reception, felicitation আৰু bridal wear-ৰ বাবে উপযোগী। guna black toss jura, bridal mekhela sador, ceremony mekhela sador বা ready-to-wear Assamese jura বিচৰা লোকৰ বাবে এইটো ভাল বিকল্প।
Show moreSlight colour variations and small weaving marks are normal for handwoven Tussar silk and are not defects.প্ৰাকৃতিক ৰঙৰ সামান্য তাৰতম্য আৰু বোৱনৰ সৰু-সুৰা দাগ হাতে বোৱা টছৰ ৰেচমৰ স্বাভাৱিক বৈশিষ্ট্য, এইবোৰ ত্ৰুটি নহয়।
It only takes a few seconds.মাত্ৰ কেইছেকেণ্ড সময় লাগিব।
Installing…ইনষ্টল হৈছে…
Install completedইনষ্টল সম্পূৰ্ণ হ'ল
Open Geetika from your home screen to use the installed app.ইনষ্টল কৰা এপ ব্যৱহাৰ কৰিবলৈ হোম স্ক্ৰীনৰ পৰা Geetika খোলক।