
Happy Customer: Chandan Jyoti S. & Archita S.
This wonderful customer trusted us with their complete wedding look, ordering two second sets and a custom main set. When a mix-up in color choice didn't turn out quite right after weaving, our team was more than happy to re-weave it to perfection because your special day deserves nothing less than perfection! Wishing this lovely customer and their family all the very best and a lifetime of joyful celebrations.
“গীতিকা হেণ্ডলুমৰ পৰা আমাৰ second set যোৰ আৰু এটা main set যোৰ—আটাইবোৰ কাপোৰেই অৰ্ডাৰ দি বৈ লৈছিলোঁ। কাপোৰকেইযোৰ সকলোৰে বহুত পছন্দ হ'ল। মোৰ অলপ ভুল ধাৰণাৰ বাবে ৰংটো ভালকৈ মিলাই ল'ব পৰা নাছিলোঁ, যাৰ বাবে বোৱাৰ পিছত কাপোৰযোৰ ধুনীয়া লগা নাছিল। কিন্তু গীতিকাই একো আপত্তি নকৰাকৈ আমাক আকৌ নতুনকৈ বৈ দিলে। তেখেতসকললৈ বহুত বহুত ধন্যবাদ!”

