
Happy Customer: Mintu S.
It’s always a privilege when one of our oldest customers trusts us for their wedding shopping! Wishing her a very happy and joyful married life ahead. Thank you for always being a part of our journey! ✨
“বহুত দিনৰ পৰাই গীতিকাৰ পৰা কাপোৰ লৈ আছোঁ, গতিকে বিয়াৰ কাপোৰবোৰো ইয়াৰ পৰাই ল'লোঁ। কাপোৰৰ কোৱালিটি আৰু ব্যৱহাৰ দুয়োটাই বহুত ভাল। বহুত ধন্যবাদ!”


