Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

Beautiful handwoven Mishing Padmini Jura collections with traditional colorful motifs

Mishing Padmini Jura Collection

আমাৰ তাতশালত বোৱা অতি মৰমলগা আৰু আকৰ্ষণীয় মিচিং পদ্মিনী যোৰাৰ একচেটিয়া সংগ্ৰহ। আপোনাৰ প্ৰিয় যোৰাটো কিনিবলৈ স্ক্ৰীণশ্বট লৈ আমাৰ সৈতে যোগাযোগ কৰক।

Ask on WhatsApp

বৰফি ডিজাইন আৰু মাল্টিকালাৰ বুটাৰ সংমিশ্ৰণত তৈয়াৰী আমাৰ এই মিচিং যোৰা কেইটা অত্যন্ত সীমিত সংগ্ৰহ। যদি আপোনাৰ পচন্দ হৈছে, পলম নকৰি আজিয়েই স্ক্ৰীণশ্বট লৈ আমাক প্ৰেৰণ কৰক আৰু নিজৰ কৰি লওক!

See all the collections →