
Black Toss Gamosa
ক'লা টছৰ গামোচা
₹1,800
₹2,200
Ready Stock
Product details
This handwoven Toss Gamosa is made from 100% pure Assam Toss (Tussar) silk. Please note that while the silk is completely pure, it has been dyed to achieve its distinct black color.
- Garmentপোছাক
- Gamosaগামোচা
- Materialসামগ্ৰী
- Toss Silk (Dyed)টছ সূতা (ৰং দিয়া)
- Weaveবোৱা পদ্ধতি
- Handwovenতাঁতশালত বোৱা
- Componentsঅংশসমূহ
- Toss Gamosaটছৰ গামোচা
- Coloursৰং
- Base: Black Toss
- Border: Red
- Sizeআকাৰ
- 190 cm Long by 66 cm Wide · 190 × 66 cm১৯০ ছেমি দীঘল আৰু ৬৬ ছেমি বহল · ১৯০ × ৬৬ ছেমি
- Occasionউপলক্ষ
- Bihu, Gifting, Felicitationsবিহু, উপহাৰ আৰু সম্বৰ্ধনা
- Originউৎপত্তিস্থল
- Assamঅসম
- Lead Timeপ্ৰস্তুতি সময়
- 3-5 days৩-৫ দিন
Product care
Tussar Silkটছৰ ৰেচম
Wash and handlingধোৱা আৰু ব্যৱহাৰ
- Dry clean only to preserve the silk's natural texture and designs.ৰেচমৰ স্বাভাৱিক গাঁথনি আৰু নক্সা অটুট ৰাখিবলৈ কেৱল ড্ৰাই ক্লিন কৰিব।
- Do not bleach or wring. Iron on the reverse side at the lowest setting.ব্লিচ নকৰিব বা নেচেপিব। কাপোৰৰ ওলোটা ফালে একেবাৰে কম তাপত ইস্ত্ৰী কৰিব।
Storage
- Wrap in a breathable cotton cloth and keep in a cool, dry place away from direct sunlight.বতাহ চলাচল কৰিব পৰা কপাহী কাপোৰত মেৰিয়াই শীতল, শুকান আৰু প্ৰত্যক্ষ ৰ'দ নপৰা ঠাইত ৰাখিব।
Handloom note
Slight colour variations and small weaving marks are normal for handwoven Tussar silk and are not defects.প্ৰাকৃতিক ৰঙৰ সামান্য তাৰতম্য আৰু বোৱনৰ সৰু-সুৰা দাগ হাতে বোৱা টছৰ ৰেচমৰ স্বাভাৱিক বৈশিষ্ট্য, এইবোৰ ত্ৰুটি নহয়।
Please note that both our Golden and Black Toss products are made of 100% pure Toss silk. The golden variant retains the original, natural tint of the Toss yarn, whereas the black Toss is purely dyed to achieve its color.
অনুগ্ৰহ কৰি মন কৰিব যে আমাৰ সোণালী আৰু ক’লা দুয়োবিধ টছৰ কাপোৰেই খাঁটি টছ সূতাৰ হয়। সোণালী টছত সূতাৰ আচল বা স্বাভাৱিক ৰংটো থাকে, আনহাতে ক’লা টছত ৰং দিয়া (dyed) হয়।



