
Golden Toss Gamosa
টছৰ গামোচা
₹1,600
₹2,200
Made to Order
Product details
Authentic handwoven Assamese Toss Gamosa featuring classic red floral motifs on a rich, natural Toss silk base. Woven with pure Assam silk by local artisans, it is a luxurious choice for special Bihuwaan, felicitations, and high-profile ceremonies.
- Garmentপোছাক
- Gamosaগামোচা
- Materialসামগ্ৰী
- Toss Silkটছ সূতা
- Weaveবোৱা পদ্ধতি
- Handwovenতাঁতশালত বোৱা
- Componentsঅংশসমূহ
- Toss Gamosaটছৰ গামোচা
- Coloursৰং
- Base: Golden
- Border: Red
- Sizeআকাৰ
- 153cm Long by 64cm Wide · 190 × 66 cm১৫৩CM দীঘল আৰু ৬৪CM বহল · ১৯০ × ৬৬ ছেমি
- Occasionউপলক্ষ
- Rongali Bihu, Weddings, Special Welcome ceremonies and Felicitationsৰঙালী বিহু, বিয়া-সবাহ, বিশেষ আদৰণি অনুষ্ঠান আৰু সন্মান প্ৰদৰ্শন
- Originউৎপত্তিস্থল
- Assamঅসম
- Lead Timeপ্ৰস্তুতি সময়
- 3-5 days৩-৫ দিন
Product care
Tussar Silkটছৰ ৰেচম
Wash and handlingধোৱা আৰু ব্যৱহাৰ
- Dry clean only to preserve the silk's natural texture and designs.ৰেচমৰ স্বাভাৱিক গাঁথনি আৰু নক্সা অটুট ৰাখিবলৈ কেৱল ড্ৰাই ক্লিন কৰিব।
- Do not bleach or wring. Iron on the reverse side at the lowest setting.ব্লিচ নকৰিব বা নেচেপিব। কাপোৰৰ ওলোটা ফালে একেবাৰে কম তাপত ইস্ত্ৰী কৰিব।
Storage
- Wrap in a breathable cotton cloth and keep in a cool, dry place away from direct sunlight.বতাহ চলাচল কৰিব পৰা কপাহী কাপোৰত মেৰিয়াই শীতল, শুকান আৰু প্ৰত্যক্ষ ৰ'দ নপৰা ঠাইত ৰাখিব।
Handloom note
Slight colour variations and small weaving marks are normal for handwoven Tussar silk and are not defects.প্ৰাকৃতিক ৰঙৰ সামান্য তাৰতম্য আৰু বোৱনৰ সৰু-সুৰা দাগ হাতে বোৱা টছৰ ৰেচমৰ স্বাভাৱিক বৈশিষ্ট্য, এইবোৰ ত্ৰুটি নহয়।





