Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

Natural beige ghisa cotton single sador with multi-coloured buta, pink ghai phul, and dohi

Ghisa Cotton Single Sador with Multi-Coloured Buta

বহুবৰ্ণী বুটা থকা ঘিছা কটন চাদৰ

₹900

₹1,400

Only a few items left

Product details

Handwoven with a distinctive slub texture, this natural beige ghisa cotton single sador features a beautiful play of multi-colored round butas in blue, green, red, and pink across the body. The aanchal is enhanced by a delicate pink ghai phul (main motif) and traditional hand-knotted Dohi (fringes). Perfect for daily traditional wear and cultural gatherings. এয়া হৈছে মটিয়া বা ক্ৰীম বৰণৰ ঘিছা কটন সূতাৰে বোৱা এখন একক চাদৰ। ইয়াৰ গোটেই গাত নীলা, সেউজীয়া, ৰঙা আৰু গুলপীয়া ৰঙৰ মৰমৰগধূৰ ঘূৰণীয়া বুটা বচা হৈছে। আঁচলত গোলাপী ৰঙৰ ঘাই ফুল আছে আৰু সুন্দৰকৈ পাৰম্পৰিক দহি গাঁথা হৈছে। ইয়াক আপুনি দৈনিক পৰিধান বা যিকোনো ওচৰ-পাজৰৰ অনুষ্ঠানত পিন্ধিব পাৰে।

Garmentপোছাক
Single Sadorঅকল চাদৰ
Materialসামগ্ৰী
Ghisa Cottonঘিছা কটন
Weaveবোৱা পদ্ধতি
Handloomতাঁতত বোৱা
Componentsঅংশসমূহ
Sadorচাদৰ
Coloursৰং
  • Base: Beige
  • Base: Cream
  • Motif: Pink
  • Motif: Blue
  • Motif: Green
  • Motif: Red
Occasionউপলক্ষ
Daily Wear, Traditional, Culturalদৈনন্দিন পৰিধান, পৰম্পৰাগত, সাংস্কৃতিক
Originউৎপত্তিস্থল
Assamঅসম
Motif detailsমটিফৰ বিৱৰণ
Phulam Ghai PhulPhulam Ghai Phul
  • Motif: Pink
Xoru Phul ButaXoru Phul Buta
  • Motif: Blue
  • Motif: Green
  • Motif: Red
  • Motif: Pink
Lead Timeপ্ৰস্তুতি সময়
2-3 Days২-৩ দিন

Product care

Ghisa Cottonঘিছা কটন

Wash and handlingধোৱা আৰু ব্যৱহাৰ

  • Hand wash gently in cold water with a mild detergent. Wash separately.মৃদু চাবোন বা ডিটাৰজেন্টেৰে ঠাণ্ডা পানীত লাহেকৈ হাতেৰে ধুব। কাপোৰযোৰ আন কাপোৰৰ সৈতে নধুৱাই অকলে ধুব।
  • Do not bleach, soak, or wring. Iron on low heat.ব্লিচ নকৰিব, তিয়াই নাৰাখিব বা নেচেপিব। কম তাপত ইস্ত্ৰী কৰিব।

Storage

  • Dry in the shade. Store completely dry in a well-ventilated, breathable place away from direct sunlight.ছাঁত শুকুৱাব আৰু সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত বতাহ চলাচল কৰিব পৰা ঠাইত প্ৰত্যক্ষ ৰ'দ নপৰাকৈ ৰাখিব।

Handloom note

Please note that "Ghisa Cotton" is a popular market name for this textured cotton yarn, not original Ghisa silk. Slubs (small yarn knots), minor weaving marks, and slight variations in colour are natural for handwoven fabrics and are not defects.মন কৰিব যে 'ঘিছা কটন' এই বিশেষ কটন সূতাৰ এক জনপ্ৰিয় বজাৰৰ নামহে, ই আচল ঘিছা ৰেচম নহয়। হাতে বোৱা কাপোৰত সূতাৰ গাঁঠি, বোৱনৰ সৰু-সুৰা দাগ আৰু ৰঙৰ সামান্য তাৰতম্য থকাটো একেবাৰে স্বাভাৱিক, এইবোৰ ত্ৰুটি নহয়।

View all