Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

Dark Green Kesa Paat Cotton mekhela sador set with yellow and white motifs and dohi

Dark Green Kesa Paat Cotton Mekhela Sador Set with Yellow and White Motifs

হালধীয়া আৰু বগা বুটা থকা সেউজীয়া কেঁচা পাট কটন মেখেলা চাদৰ যোৰ

₹3,000

₹4,000

Only a few items left

Product details

Handwoven with a premium blend of raw silk and cotton (Kesa Paat Cotton), this exquisite dark green mekhela sador set comes with a matching blouse piece and side borders (pari). The fabric is beautifully adorned with elegant yellow and white woven butas, while the sador's aanchal features an intricate traditional ghai phul finished with contrasting white hand-knotted Dohi (fringes). Perfect for weddings, festivals, and traditional ceremonies. কেঁচা পাট আৰু কপাহী সূতাৰ মিশ্ৰণত বোৱা এই সুন্দৰ সেউজীয়া মেখেলা চাদৰ যোৰৰ সৈতে ব্লাউজৰ পিচ আৰু কাষৰ পাৰি আছে। গোটেই গাত হালধীয়া আৰু বগা ৰঙৰ সুন্দৰ বুটা বচা হৈছে, আৰু চাদৰৰ আঁচলত পাৰম্পৰিক ঘাই ফুলৰ লগতে বগা ৰঙৰ দহি গাঁথা হৈছে। বিয়া, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত পিন্ধিবলৈ ই এক উৎকৃষ্ট সাজ।

Garmentপোছাক
Mekhela Sador Juraমেখেলা চাদৰ যোৰ
Materialসামগ্ৰী
Kesa Paat Cottonকেঁচা পাট কটন
Weaveবোৱা পদ্ধতি
Handloomতাঁতত বোৱা
Componentsঅংশসমূহ
Mekhela, Sador, Blouse Pieceমেখেলা, চাদৰ, ব্লাউজ পিচ
Coloursৰং
  • Base: Green
  • Motif: Yellow
  • Motif: White
Sizeআকাৰ
Mekhela 114 × 96 cm · Sador 282 × 96 cm · Blouse piece 82 cmমেখেলা ১১৪ × ৯৬ ছেমি · চাদৰ ২৮২ × ৯৬ ছেমি · ব্লাউজ পিচ ৮২ ছেমি
Occasionউপলক্ষ
Wedding, Festival, Traditionalবিয়া, উৎসৱ, পৰম্পৰাগত
Originউৎপত্তিস্থল
Assamঅসম
Motif detailsমটিফৰ বিৱৰণ
Phulam Ghai PhulPhulam Ghai Phul
  • Motif: Yellow
  • Motif: White
Xoru Phul ButaXoru Phul Buta
  • Motif: Yellow
  • Motif: White
Lead Timeপ্ৰস্তুতি সময়
2-3 Days২-৩ দিন

Product care

Kesa Paat Cottonকেঁচা পাট কটন

Wash and handlingধোৱা আৰু ব্যৱহাৰ

  • Dry clean recommended to preserve the fabric's texture.কাপোৰৰ গাঁথনি অটুট ৰাখিবলৈ ড্ৰাই ক্লিন কৰাটো বাঞ্ছনীয়।
  • Do not bleach, soak, or wring. Iron on the reverse side on low heat.ব্লিচ নকৰিব, তিয়াই নাৰাখিব বা নেচেপিব। কাপোৰৰ ওলোটা ফালে কম তাপত ইস্ত্ৰী কৰিব।

Storage

  • Store in a breathable cotton cloth away from moisture and direct sunlight.বতাহ চলাচল কৰিব পৰা কপাহী কাপোৰত মেৰিয়াই সেমেকা পৰিৱেশ আৰু প্ৰত্যক্ষ ৰ'দ নপৰা শুকান ঠাইত ৰাখিব।

Handloom note

Kesa Paat Cotton is a blend of raw silk (Kesa Paat) and cotton. Slubs (small yarn knots) and slight variations in texture, colour, and weave are natural for handwoven fabrics and are not defects.কেঁচা পাট কটন হৈছে কেঁচা পাট (raw silk) আৰু কপাহী সূতাৰ এক মিশ্ৰণ। হাতে বোৱা কাপোৰত সূতাৰ গাঁঠি, গাঁথনি, ৰং আৰু বোৱনৰ সামান্য তাৰতম্য থকাটো একেবাৰে স্বাভাৱিক, এইবোৰ ত্ৰুটি নহয়।

View all