Skip to content

Search Geetika

Products, collections, terms, updates, and reviews

Enter at least three characters for suggestions.

Light pink Kesa Paat Cotton mekhela sador set with purple, green, and yellow buta and dohi

Light Pink Kesa Paat Cotton Mekhela Sador

গুলপীয়া কেঁচা পাট কটন মেখেলা চাদৰ যোৰ

₹3,000

₹3,500

Only a few items left

Product details

Handwoven with a premium blend of raw silk and cotton (Kesa Paat Cotton), this exquisite light pink mekhela sador set comes with a matching blouse piece and side borders (pari). The fabric is beautifully adorned with traditional buta (tree motifs) in contrasting shades of purple, green, and yellow. The sador's aanchal is completed with an intricate purple woven border and beautiful hand-knotted Dohi (fringes). It is a highly comfortable and elegant choice for festive and cultural occasions. কেঁচা পাট আৰু কপাহী সূতাৰ মিশ্ৰণত বোৱা এই সুন্দৰ পাতল গুলপীয়া মেখেলা চাদৰ যোৰৰ সৈতে ব্লাউজৰ পিচ আৰু কাষৰ পাৰি আছে। গোটেই গাত বেঙুনীয়া, সেউজীয়া আৰু হালধীয়া ৰঙৰ সুন্দৰ গছ বুটা বচা হৈছে। চাদৰৰ আঁচলত বেঙুনীয়া ৰঙৰ পাৰিৰ লগতে সুন্দৰকৈ দহি গাঁথা হৈছে। উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত পিন্ধিবলৈ ই এক অতি আৰামদায়ক আৰু উৎকৃষ্ট সাজ।

Garmentপোছাক
Mekhela Sador Juraমেখেলা চাদৰ যোৰ
Materialসামগ্ৰী
Kesa Paat Cottonকেঁচা পাট কটন
Weaveবোৱা পদ্ধতি
Handloomতাঁতত বোৱা
Componentsঅংশসমূহ
Mekhela, Sador, Blouse Pieceমেখেলা, চাদৰ, ব্লাউজ পিচ
Coloursৰং
  • Base: Pink
  • Border: Purple
  • Motif: Green
  • Motif: Yellow
Sizeআকাৰ
Mekhela 114 × 96 cm · Sador 282 × 96 cm · Blouse piece 82 cmমেখেলা ১১৪ × ৯৬ ছেমি · চাদৰ ২৮২ × ৯৬ ছেমি · ব্লাউজ পিচ ৮২ ছেমি
Occasionউপলক্ষ
Festival, Traditional, Culturalউৎসৱ, পৰম্পৰাগত, সাংস্কৃতিক
Originউৎপত্তিস্থল
Assamঅসম
Motif detailsমটিফৰ বিৱৰণ
Phulam PariPhulam Pari
  • Motif: Purple
Lead Timeপ্ৰস্তুতি সময়
2-3 Days২-৩ দিন

Product care

Kesa Paat Cottonকেঁচা পাট কটন

Wash and handlingধোৱা আৰু ব্যৱহাৰ

  • Dry clean recommended to preserve the fabric's texture.কাপোৰৰ গাঁথনি অটুট ৰাখিবলৈ ড্ৰাই ক্লিন কৰাটো বাঞ্ছনীয়।
  • Do not bleach, soak, or wring. Iron on the reverse side on low heat.ব্লিচ নকৰিব, তিয়াই নাৰাখিব বা নেচেপিব। কাপোৰৰ ওলোটা ফালে কম তাপত ইস্ত্ৰী কৰিব।

Storage

  • Store in a breathable cotton cloth away from moisture and direct sunlight.বতাহ চলাচল কৰিব পৰা কপাহী কাপোৰত মেৰিয়াই সেমেকা পৰিৱেশ আৰু প্ৰত্যক্ষ ৰ'দ নপৰা শুকান ঠাইত ৰাখিব।

Handloom note

Kesa Paat Cotton is a blend of raw silk (Kesa Paat) and cotton. Slubs (small yarn knots) and slight variations in texture, colour, and weave are natural for handwoven fabrics and are not defects.কেঁচা পাট কটন হৈছে কেঁচা পাট (raw silk) আৰু কপাহী সূতাৰ এক মিশ্ৰণ। হাতে বোৱা কাপোৰত সূতাৰ গাঁঠি, গাঁথনি, ৰং আৰু বোৱনৰ সামান্য তাৰতম্য থকাটো একেবাৰে স্বাভাৱিক, এইবোৰ ত্ৰুটি নহয়।

View all